My first poem after 13 years........
আকাশৰ নীলাবোৰ আজিও একেই,
দূৰণিলৈ উৰি যোৱা চৰাইজাকো আছে,
মৄ্ত্প্রায় ৰোগীটিৰ মূখখনি চোৱাচোন
ওঁঠযুৰিত আশাৰ হাঁহি এতিয়াও আছে…
বিষ্টীৰ্ণ পাৰৰ ঠাইত আজি মায়াবিনী ৰাতি,
বিপ্লবো নাই আজি,আজি নাই সেই জূই,
ধৌ আহিব পৰিবৰত্তণৰ,নাথাকিবা শুই…।
শৈশৱ আৰু নাহে ঘূৰি, নাহে সেই দিন,
কিন্তু আমি গঢ়িমেই নতুন অসম,
তুমি মই আৰু হেজাৰ অসমিয়াই
বুজিবই লাগিব অসমী আইৰ মৰম …।।
Comments
Post a Comment