ৰঙা তেজ আৰু ৰাঙলী নদী
ৰঙা তেজ আৰু ৰাঙলী নদী,
চকুপানিৰ ঢলে তিয়ালে সেউজী ধৰনি ।।
কবিতা হতাশ, নিশ্চুপ জোনালী,
উকা উকা মন আৰু উকা পথাৰ সোণালী ।।
তথাপিও কিয় জানো আশাৰ তৰালী
নামি আহে কাষলৈ, আনে সপোন ৰূপালী ।।
আশাভৰা মন, সবল দৃঢ়তা,
নীলিমাৰ আশীর্বাদ,আৰু লাগে সততা ।।
চাৰিও কাষে দেখিছো অনন্ত সৃষ্টি,
লুইতৰ বুকুত নামিবই শান্তিৰ বৃষ্টি ।।
চকুপানিৰ ঢলে তিয়ালে সেউজী ধৰনি ।।
কবিতা হতাশ, নিশ্চুপ জোনালী,
উকা উকা মন আৰু উকা পথাৰ সোণালী ।।
তথাপিও কিয় জানো আশাৰ তৰালী
নামি আহে কাষলৈ, আনে সপোন ৰূপালী ।।
আশাভৰা মন, সবল দৃঢ়তা,
নীলিমাৰ আশীর্বাদ,আৰু লাগে সততা ।।
চাৰিও কাষে দেখিছো অনন্ত সৃষ্টি,
লুইতৰ বুকুত নামিবই শান্তিৰ বৃষ্টি ।।
Comments
Post a Comment