random thoughts


শেষ নিশা, ধূষৰ মায়া…..
সীমাহীন নিঃসঙ্গতাৰ চেঁচা তলুৱাই
চুই  কপাল মোৰ
খেলি মেলি অনুভৱৰ আঁৰৰ পৰা
তিৰবিৰাই উঠিল পুৱতি তৰা……

প্ৰত্যয়ৰ উশাহত আজি আশাৰ পৰশ..
মালতীৰ সুবাসত 
নাচি উঠিল মনৰ জোৱাৰ..
ভিতৰলৈ সোমাই অহা বৰষুণজাকে সানি 
চকু মুখত মোৰ এক অনুভূতিৰ ফাকু
নিৰঞ্জন..কোমল….পুৱতিৰ নীলা ৰঙ….

Comments

Popular Posts